বিদ্যালয়ৰ নেতৃত্ব

আৰম্ভণি:-

তলৰ 'ন' টা ভিডিঅ'ই ভাৰতবৰ্ষৰ বিদ্যালয় সমূহৰ নেতৃত্ব সম্পৰ্কে আলোকপাত কৰিছে। ভাৰতীয় বিদ্যালয়ৰ পৰিচালক সকলে তেওঁলোকৰ প্ৰাথমিক বা মাধ্যমিক বিদ্যালয়ত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বাবে তেওঁলোকে কেনেকৈ পৰিবৰ্তন বোৰ প্ৰয়োগ কৰিছে সেইবিষয়ে কোৱা দেখুৱাইছে। আপোনাৰ নিজৰ বিদ্যালয়ত এনে ধৰণৰ অনুশীলনৰ বাবে অনুসন্ধান কৰিবলৈ আপোনাক উত্সাহিত কৰিব পৰাটোৱে হৈছে এই ভিডিঅ'ৰ লক্ষ্য।

ন [9] টা বিষয়বস্তু অনুসৰি ভিডিঅবোৰ সজোৱা হৈছে-

এই ভিডিঅ'বোৰ TESS-India ৰ বিদ্যালয়ৰ নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ বিষয়বস্তুৰ লগত সংযোগ কৰা হৈছে। [Tip: hold Ctrl and click a link to open it in a new tab. (Hide tip)]

School leadership video Resources notes ত বিদ্যালয়ৰ নেতৃস্থানীয় লোকসকলে কৰা আলোচনা আৰু কাৰ্যৰ লগত বিভিন্ন ধাৰণাবোৰ সংযোগ সাধন সম্পৰ্কে বহল ভাৱে পাব।

গল্প কোৱা, গান গোৱা, একক অভিনয় আৰু নাটক কৰা

বিদ্যালয় আৰু সমাজৰ অংশীদাৰী স্থাপন