- TI-ASTeacher Education through School-based Support in IndiaTESS-India Video ResourcesTESS-India Video Resources TESS India Welcome to the TESS-India Video Resources. These videos are freely available as Open Educational Resources (OER) and published under a Creative Commons Attribution-ShareAlike license. They are intended to complement the TESS-India text-based OER for teachers and school leaders. However, they may also be viewed independently of these materials.TESS-India ৰ ভিডিঅ’ সমললৈ স্বাগতম। এই ভিডিঅ’ সমলবোৰ মুক্ত শৈক্ষিক সমলৰ দৰে সকলোতে বিনামূল্যে প্ৰাপ্ত।এইবোৰ Creative Commons Attribution share Alike Licence ৰ দ্বাৰা প্ৰকাশিত।এইবোৰে শিক্ষক আৰু বিদ্যালয়ৰ নেতাসকলক এই TESS-India ৰ পাঠ্যপুথি ভিত্তিক মুক্ত শৈক্ষিক সমলসমূহ ইচ্ছাকৃতভাৱে পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে।TESS-India ৰ এই ভিডিঅ'বোৰৰ ভাৰতবৰ্ষৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত কৰা হৈছে। সেইবোৰত শিক্ষকে শিশুকেন্দ্ৰীক, সহযোগী শিকন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদৰ্শন কৰা দেখুওৱা হৈছে। এই ভিডিঅ'বোৰত আদৰ্শ অনুশীলনৰ প্ৰদৰ্শন কৰা দেখুওৱা নাই। এই ভিডিঅ'ৰ মূল লক্ষ্য হল- আপোনাক এনে ধৰণৰ পদ্ধতি আৰু কৌশল প্ৰয়োগ কৰি শ্ৰেণীকোঠাত পৰীক্ষা নিৰীক্ষণৰ বাবে আপোনাক অনুপ্ৰাণিত কৰা।এই ভিডিঅ'বোৰ 10 টা মূল সমলৰ বিষয় অনুসৰি সজোৱা হৈছে আৰু এইবোৰে TESS-Indiaৰ শিক্ষণ শৈলীৰ অনুশীলনত সহায় কৰে।এই ভিডিঅ'বোৰ 10 টা মূল সমলৰ বিষয় অনুসৰি সজোৱা হৈছে আৰু এইবোৰে TESS-Indiaৰ শিক্ষণ শৈলীৰ অনুশীলনত সহায় কৰে।পাঠ পৰিকল্পনাসকলোকে জড়িত কৰাশিকনৰ বাবে কোৱাযুৰীয়া কাৰ্যৰ ব্যৱহাৰচিন্তাৰ উন্নতি সাধনৰ বাবে প্ৰশ্নৰ ব্যৱহাৰনিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদানদলীয় কাৰ্যৰ ব্যৱহাৰঅগ্ৰগতি আৰু কাৰ্য সাধনৰ মান নিৰূপণস্থানীয় সমলৰ প্ৰয়োগগল্পকথন/সাধুকথন, গীত, অভিনয় আৰু নাটক।PDF সাৰাংশত এই ভিডিঅ'ৰ সম্পূৰ্ণ তালিকাখন পোৱা যাব।ভিডিঅ'ৰ আন এটা অতিৰিক্ত ভাগে TESS-India ৰ বিদ্যালয় নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ ঘাটি অংশ পূৰাব। Video Resources acknowledgementsপাঠ পৰিকল্পনাছাত্ৰ-ছাত্ৰীয়ে ফলপ্ৰসূভাৱে শিকিবলৈ, শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ইতিমধ্যে কিমানখিনি জানিছে তাৰ ওপৰত ভিত্তি কৰি ক্ৰিয়া কলাপৰ পৰিকল্পনা কৰা প্ৰয়োজন। তলৰ ভিডিঅ'ৰ ছবিত ক্লিক্ কৰক- দেখিব ছাত্ৰ-ছাত্ৰীৰ শিকনক আগুৱাই নিওতে শিক্ষকসকলে পাঠ পৰিকল্পনাত কাৰ্য গ্ৰহণ কৰাৰ সম্পৰ্কে কেনেকৈ সিদ্ধান্ত লৈছিল বাখ্যা কৰিছে।মূলসমলৰ "পাঠ পৰিকল্পনা" সম্পৰ্কে আপুনি পঢ়িবও পাৰে।গল্পকথন/সাধুকোৱা পিৰিয়ডৰ আগতে এজন শিক্ষকে প্ৰশ্ন, ছবি আঁকি প্ৰস্তুত কৰি ল'ব লাগে যাতে সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলে কাহিনীটো বুজি পোৱাত সহায় হয়।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS India ৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ইংৰাজী আৰু সাক্ষৰতা পঢ়িবলৈও বিচাৰিব পাৰে। এজন শিক্ষকৰ পাঠ পৰিকল্পনাত সৃষ্টিমূলক সমল সন্নিবিষ্ট কৰি ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী শব্দ আৰু বৰ্ণ-প্ৰয়োগৰ অনুশীলন কৰিবলৈ সহায় কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-India ৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক ইংৰাজী পাঢ়িবলৈও বিচাৰিব পাৰে। এজন, শিক্ষকে ছাত্ৰ-ছাত্ৰীক পদাৰ্থৰ বিভিন্ন অৱস্থা সম্পৰ্কে দেখুৱাবলৈ কেনেকৈ এটা প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছিল ব্যাখ্যা কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-India ৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক ইংৰাজী পঢ়িবলৈও বিচাৰিব পাৰে।সকলোকে জড়িতকৰণসকলো ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাৰ ক্ৰিয়া-কলাপত অংশ গ্ৰহণ কৰিবলৈ সুযোগ পোৱাটো নিশ্চিত কৰক। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে জনাটো প্ৰয়োজন। শিক্ষকে শিকাৰুক জনাটোও প্ৰয়োজন, কিয়নো তেতিয়াহে তেওঁলোকে জানিব যে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীয়ে কি জানে আৰু কেনেকৈ জানিলে। এই ভিডিঅ'ত শিক্ষকে তেওঁলোকৰ পাঠসমূহ এনেদৰে সংগঠিত কৰিছে যাতে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনৰ সুযোগসমূহ সহজলভ্য হয়। দলীয় আৰু যুৰীয়া কাৰ্যই শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কাৰ্য নিৰীক্ষণ আৰু সুক্ষ্ম পৰ্যৱেক্ষণ কৰিবলৈ সুবিধা দিছে।আপুনি মূলসমলৰ 'সকলোকে জড়িত কৰা' সমলটোও পঢ়ি চাব পাৰে। এজন শিক্ষকে ঘৰুৱা ভাষাৰে তেওঁৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক শিক্ষাৰ ভাষা আৰু সাক্ষৰতাৰ বিষয়ে পঢ়িবও পাৰে। এজন শিক্ষকে বৰ কৌশল পূৰ্ণভাৱে এটা বহু শ্ৰেণী আৰু বহুভাষী শ্ৰেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যপূৰ্ণ ক্ৰিয়া-কলাপত জড়িত কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ প্ৰাথমিক গণিতৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল পঢ়িবলৈও বিচাৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ঘৰুৱা ভাষাৰ লোকগীত সমূহ বিদ্যালয়ৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ ‘elementary language and literacy’ পঢ়ি চাব পাৰে। (প্ৰাথমিক ভাষা আৰু সাহিত্য) সকলো ছাত্ৰ-ছাত্ৰী পাঠত অংশগ্ৰহণ কৰাত সুযোগ দিবলৈ এজন শিক্ষকে যুৰীয়া কাৰ্য ব্যৱহাৰ কৰিছেডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক ইংৰাজীৰ সমলটো পঢ়ি চাব পাৰে। সকলো ছাত্ৰ-ছাত্ৰীক পাঠত জড়িত কৰাত নিশ্চিত কৰিবলৈ এজন শিক্ষকে তেওঁৰ ডাঙৰ শ্ৰেণীটো ভালকৈ সজাইছেডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক বিজ্ঞানৰ সমলটো পঢ়ি চাব পাৰে।শিকনৰ বাবে কথন (talk for learning) শিকনত সহায় কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক পৰস্পৰে আৰু শিক্ষকৰ লগত কথা বাৰ্তা পতাৰ সুযোগ সৃষ্টি কৰাটো অতি প্ৰয়োজন। কথা বাৰ্তাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বুজা নুবুজা কথাবোৰ পৰস্পৰৰ মাজত আলোচনা কৰিব পাৰে আৰু এই অভিজ্ঞতাবোৰ নতুনকৈ শিকা কথাৰ লগত সম্বন্ধ স্থাপন কৰিব পাৰে। সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কথন গুৰুত্বপূৰ্ণ। এই ভিডিঅ'ত শিক্ষকে কেনেকৈ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত ফলোৎপাদক (productive) কথা-বাৰ্তা কোৱাৰ সুযোগ সৃষ্টি কৰিছে সেই সম্পৰ্কে ব্যাখ্যা কৰিছে।আপুনি মূল সমলৰ 'শিকনৰ বাবে কথন' পঢ়ি চাব পাৰে। এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাত কথা কবলৈ উৎসাহিত কৰিবলৈ খেল-ধেমালিৰ ব্যৱহাৰ কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।TESS-India ৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক ইংৰাজী (elementary English) সমলখনো চাব পাৰে। এজন শিক্ষকে তেওঁৰ সকলো ছাত্ৰ-ছাত্ৰীক ক্ৰিয়া-কলাপত অংশ গ্ৰহণ কৰাবলৈ সাৱধানেৰে পাঠৰ এটা বিষয় বাচি লৈছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক বিদ্যালয়ৰ ভাষা আৰু সাক্ষৰতা পঢ়ি চাবও পাৰে। ছাত্ৰ-ছাত্ৰীসকলক একেলগে সমস্যা সৃষ্টি কৰি সমাধান কৰাত উৎসাহিত কৰিবলৈ এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক যুৰীয়া ভাবে ভাগ কৰিছেডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক গণিত পঢ়ি চাব পাৰে। এটা লিখিত কাৰ্যৰ প্ৰস্তুত কৰণৰ বাবে এজন শিক্ষকে আলোচনা ভিত্তিক ক্ৰিয়া-কলাপ ব্যৱহাৰ কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক ইংৰাজী পঢ়ি চাব পাৰে। এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক এনে সুযোগ দিছে-যাতে তেওঁলোকে তেওঁলোকৰ ধাৰণাবোৰ অনুসন্ধান কৰিব পাৰে, তেওঁলোকে চিন্তাৰ বিকাশ সাধন কৰি ইজনে সিজনৰ পৰা শিকিব পাৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক গণিত পঢ়ি চাব পাৰে। এজন শিক্ষকে একে স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গোট গঠন কৰি ফলপ্ৰসূ কথা বাৰ্তা পতাৰ বাবে উৎসাহিত কৰিছে। ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-India ৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক বিজ্ঞান খন পঢ়ি চাব পাৰে।যুৰীয়া কাৰ্যৰ ব্যৱহাৰযুৰীয়া কাৰ্যই ছাত্ৰ-ছাত্ৰীক ইজনৰ পৰা সিজনে কি বুজিলে সেইয়া আলোচনা কৰি সিদ্ধান্ত লোৱাত সমৰ্থ কৰি তোলে। এই ভিডিঅ'ত যুৰীয়া কাৰ্যক কেনেকৈ সকলো বিষয় আৰু সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায় হোৱাকৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি তাকেই দেখুৱাইছে।আপুনি মূল সমলৰ 'যুৰীয়া কাৰ্যৰ' ব্যৱহাৰ পঢ়ি চাব পাৰে। এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন ভাষাৰ সৈতে চিনাকি হ'বলৈ একো একোটা যোৰত কাম কৰিবলৈ কৈছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ইংৰাজী খন পঢ়ি চাবও পাৰে। এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগত লিখিত কামৰ বাবে প্ৰস্তুত হ'বলৈ যোৰত কথা পাতিবলৈ কৈছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক গণিত পঢ়ি চাব পাৰে। এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ লগত যুৰীয়া কথা-বাৰ্তা ব্যৱহাৰ কৰি তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিগতভাৱে লিখা কামৰ বাবে প্ৰস্তুত কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক শিক্ষাৰ ভাষা আৰু স্বাক্ষৰতাও পঢ়িব পাৰে। (elementary language and literacy) যুৰীয়া ভাব কাম কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ভূমিকা ল'বলগীয়া হয়।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক ইংৰাজীও পঢ়ি চাব পাৰে। এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক এটা বৈজ্ঞানিক ধাৰণা গঠন কৰাত সহায় কৰিবলৈ যুৰীয়া ভাবে কথা পাতিবলৈ কৈছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল মাধ্যমিক বিজ্ঞানখন পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰশিক্ষকৰ বাবে ভাল প্ৰশ্ন কৰিব পৰাটো এটা মূল কৌশল। ভাল প্ৰশ্নই ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ বিকাশ ঘটাই। প্ৰশ্নই শিক্ষক সকলকো ছাত্ৰ-ছাত্ৰীয়ে কি জানে সেই বিষয়ে জানিব পাৰে। এই ভিডিঅ'ৰ জড়িয়তে শিক্ষকে বিভিন্ন প্ৰকাৰৰ প্ৰশ্নৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ পৰিসৰ বহলাই দিয়াৰ লগতে তেওঁলোকৰ উত্তৰসমূহো মনোযোগেৰে শুনাৰ দৃশ্য দেখুওৱা হৈছে।আপুনি মূল সমলৰ 'চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে। এজন শিক্ষকে শ্ৰেণীকোঠাত কেনেকৈ তেওঁৰ আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নসোধা আৰু উত্তৰ দিয়া কৌশলৰ বিকাশ সাধন কৰিছে সেই বিষয় কৈছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক বিজ্ঞানখন পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে। এজন শিক্ষকে তেওঁৰ জ্যামিতিৰ শ্ৰেণীত এলানি প্ৰশ্ন কৰাৰ কৌশল ব্যৱহাৰ কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক গণিত পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান কেনেকৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকন পৰ্যৱেক্ষণ কৰে আৰু নিৰ্দেশনা দিয়ে সেই সম্পৰ্কে এই ভিডিঅ'ই ব্যাখ্যা কৰিছে।আপুনি মূল সমলৰ "নিৰীক্ষণ আৰু প্ৰতি পুষ্টি প্ৰদান" পঢ়ি চাবলৈও ইচ্ছা কৰিব পাৰে। এজন শিক্ষকে এটা বহুশ্ৰেণী আৰু বহুভাষীক প্ৰসঙ্গঁত ফলপ্ৰসূ প্ৰতিপুষ্টিৰ কৌশলসমূহৰ ব্যৱহাৰ প্ৰদৰ্শন কৰি দেখুৱাইছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল সমূহৰ প্ৰাথমিক ভাষা আৰু স্বাক্ষৰতা পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ পুনৰীক্ষণ কৰিবলৈ অভিভাৱক সকলক এখন প্ৰাথমিক বিদ্যালয়লৈ আমন্ত্ৰণ কৰি অনা হৈছে এই সুযোগতে শিক্ষকসকলে অভিভাৱক সকলৰ লগত তেওঁলোকে ঘৰত শিশুসকলৰ পঢ়া-শুনা কেনেকৈ নিৰীক্ষণ কৰিব সেই বিষয়ে কথা পাতিব পাৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ইংৰাজীখন পঢ়িবলৈও ইচ্ছা কৰিব পাৰে। এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায় কৰিবলৈ গোটেই সমগ্ৰ পাঠটোৰ মাজে মাজে নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান কৌশল ব্যৱহাৰ কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ভাষা আৰু সাক্ষৰতা পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে। এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে সৰু দলত কাম কৰি থকা সময়ত মনোযোগেৰে শুনিছে আৰু তাৰ পিছত তেওঁলোকৰ শিকনত সহায় হোৱাকৈ প্ৰতিপুষ্টি প্ৰদান কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-India ৰ শিক্ষকৰ বিকাশৰ মুক্ত শৈক্ষিক সমল মাধ্যমিক গণিতখন অধ্যয়ন কৰিবলৈ ইচ্ছা কৰিবও পাৰে।দলীয় কাৰ্যৰ ব্যৱহাৰদলীয় কাৰ্যই ছাত্ৰ-ছাত্ৰীক ইজনে সিজনৰ লগত ভাব বিনিময় কৰিলে আৰু বুজা পৰাৰ বিকাশ হোৱাৰ সুযোগ দিয়ে। দলীয় কাৰ্য কৰি থকা সময়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক পৰ্যৱেক্ষণ আৰু নিৰীক্ষণ কৰিবলৈ সুযোগ পায়। এই ভিডিঅ'টোৱে ছাত্ৰ-ছাত্ৰীক বিভিন্ন দলীয় কামৰ বাবে সংগঠিত কৰাৰ কিছুমান উপায় প্ৰদৰ্শন কৰিছে।আপুনি "দলীয় কাৰ্যৰ ব্যৱহাৰ" মূল সমলটো পঢ়িব পাৰে।এজন শিক্ষকে বহুশ্ৰেণী আৰু বহুভাষী পৰিস্থিতিত এনে দলীয়কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক বিজ্ঞান খন পঢ়িবলৈও ইচ্ছা কৰিব পাৰে। এজন শিক্ষকে আলোচনা ভিত্তিক কাৰ্যৰ বাবে দলীয় কাৰ্য ব্যৱহাৰ কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ভাষা আৰু সাক্ষৰতা পঢ়িবলৈও ইচ্ছা কৰিব পাৰে।এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক চাৰিটা দলত ভাগ কৰিছে আৰু কাৰ্যটোৰ বিভিন্ন ভাগবোৰ কোনে কোনে কৰিব দলৰ সদস্য সকলে তাৰ সিদ্ধান্ত লৈছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক বিজ্ঞানখন পঢ়িবলৈও বিচাৰিব পাৰেএজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক দলভিত্তিক আলোচনাৰ বাবে প্ৰস্তুত কৰিছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মাধ্যমিক গণিতৰ মূল শৈক্ষিক সমল খন পঢ়িব পাৰে।অগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণছাত্ৰ-ছাত্ৰীৰ আগ্ৰগতিৰ মান নিৰূপণে শিক্ষক সকলক প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন অনুসৰি শিকনৰ পৰিকল্পনা কৰিবলৈ সুবিধা দিয়ে। শিক্ষকে এই ভিডিঅ'ৰ জৰিয়তে শ্ৰেণীকোঠাত মান নিৰূপণৰ বাবে লোৱা বিভিন্ন উপায় সমূহ দেখুৱাইছে। আনকি সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী থকা শ্ৰেণীকোঠাৰো মান নিৰূপণ কৰা দেখুৱাইছে। আপুনিৰ 'আগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণ' মূল সমলটো পঢ়ি চাবলৈ ইচ্ছা কৰিব পাৰে।এটা বহুশ্ৰেণী আৰু বহুভাষী পৰিস্থিতিত এজন শিক্ষকে মান নিৰূপণৰ বিভিন্ন প্ৰ-পত্ৰ প্ৰয়োগ কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-India ৰ শিক্ষক বিকাশৰ বাবে প্ৰস্তুত কৰা প্ৰাথমিক ইংৰাজীৰ মুক্ত শৈক্ষিক সমলটো পঢ়ি চাবলৈ ইচ্ছা কৰিবও পাৰে।ছাত্ৰ-ছাত্ৰীৰ আগ্ৰগতিৰ মান নিৰূপণ কৰিবলৈ এজন শিক্ষকে কেনেকৈ তেওঁ এটা পাঠ পৰিকল্পনা কৰি তাৰ মাজেৰে ভৱিষ্যতৰ পাঠ পৰিকল্পনাৰ আভাস দিয়ে তাকে দেখুৱাইছে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ বাবে প্ৰস্তুত কৰা প্ৰাথমিক গণিতৰ মুক্ত শৈক্ষিক সমলটো পঢ়িব পাৰে।এজন শিক্ষকে তেওঁৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী থকা ডাঙৰ শ্ৰেণী এটাত বিভিন্ন ধৰণৰ অনানুষ্ঠানিক মান নিৰূপনৰ প্ৰচেষ্টা চলাই।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক ইংৰাজী মূল শৈক্ষিক সমলটো পঢ়িবলৈও বিচাৰিব পাৰে।এজন শিক্ষকে এটা সৰল পদ্ধতিৰে তেওঁৰ ছাত্ৰ-ছাত্ৰীক মান নিৰূপণ কৰে আৰু তেওঁ মান নিৰূপণত পোৱা ফলাফলসমূহ পৰৱৰ্তী পাঠ পৰিকল্পনা শুধৰণি কৰিবলৈ প্ৰয়োগ কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল মাধ্যমিক গণিত খন পঢ়ি চাবলৈ ইচ্ছা কৰিব পাৰে।এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ পূৰ্ব শিকনৰ ওপৰত থকা জ্ঞানৰ ওপৰত ভিত্তি কৰি দল গঠন কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক বিজ্ঞানৰ মুক্ত শৈক্ষিক সমলটো পঢ়ি চাব পাৰে।স্থানীয় সমলৰ ব্যৱহাৰএই ভিডিঅ'ৰ জৰিয়তে কিছুমান শিক্ষকে সৃজনাত্মকভাৱে বিভিন্ন বিষয়ৰ পাঠত ব্যৱহাৰ কৰা উদাহৰণ সমূহ দেখুওৱা হৈছে। স্থানীয় সমলৰ ব্যৱহাৰে ক্ৰিয়া-কলাপ সমূহক ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনক অৰ্থপূৰ্ণ আৰু পৰিচিত কৰি তোলে। সমলে ছাত্ৰ-ছাত্ৰীক বাস্তৱৰ পৰা (যেনে-ফলৰ টুকুৰা আৰু বটলৰ ওপৰৰ বিপনী পওক) প্ৰতীক চিহ্নলৈ (যেনে-ভগ্নাংশ আৰু যোগ) এনে উপায়েৰে লৈ যায় বিষয়বস্তু বুজি পোৱাত তেওঁলোকৰ সহায় হয়। সৃষ্টিশীল ভাৱে সমল ব্যৱহাৰ কৰিলে শিকন ক্ৰিয়া-কলাপসমূহে ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে অভিৰোচিত কৰিব পাৰে।আপুনি মূল সমলৰ 'স্থানীয় সমলৰ ব্যৱহাৰ' পঢ়ি চাবলৈ বিচাৰিব পাৰে।এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ বাহিৰলৈ লৈ গৈছে যাতে ক্ৰিয়া-কলাপত তেওঁলোক সক্ৰিয়ভাৱে ব্যস্ত হ'ব পাৰে আৰু লগতে অৰ্থপূৰ্ণও হয়।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ বাবে প্ৰস্তুত প্ৰাথমিক ভাষা আৰু সাক্ষৰতাৰ মুক্ত শৈক্ষিক সমলটো পঢ়িব পাৰে।এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠটো নিজ হাতে কৰি অভিজ্ঞতা লবলৈ দিয়ে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ বাবে প্ৰস্তুত প্ৰাথমিক বিজ্ঞানৰ মুক্ত শৈক্ষিক সমলটো পঢ়ি চাবলৈ বিচাৰিব পাৰেএজন শিক্ষকে প্ৰাকৃতিক সমলবোৰ সৃষ্টিশীল ভাৱে প্ৰয়োগ কৰে যাতে পাঠটো উন্নত কৰিব পাৰেডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ প্ৰাথমিক ইংৰাজীখন পঢ়ি চাব পাৰে।এজন শিক্ষকে কাল্পনিকভাৱে সমল সমূহ ব্যৱহাৰ কৰে যাতে পাঠ্যপুথিৰ সহায়ক হয়।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক গণিতখন পঢ়িবলৈ ইচ্ছা কৰিব পাৰে।ছাত্ৰ-ছাত্ৰীৰ শিকন উন্নত কৰিবলৈ এজন শিক্ষকে বিদ্যালয়ৰ পৰিৱেশকে ব্যৱহাৰ কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক বিজ্ঞানখন পঢ়ি চাব পাৰে।এজন শিক্ষকে তেওঁৰ পাঠত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰাত উৎসাহিত কৰিবলৈ স্থানীয় আৰু হাতেৰে তৈয়াৰী সমল প্ৰয়োগ কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল মাধ্যমিক ইংৰাজী খন পঢ়িবলৈ ইচ্ছা কৰিব পাৰে।গল্প কোৱা, গান গোৱা, একক অভিনয় আৰু নাটক কৰাএলানি ভিডিঅ'ৰ জৰিয়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীক ইজনে সিজনৰ লগত কৰা সংযোগ সাধনৰ মাজেৰে কেনেকৈ চিন্তাৰ বিকাশ হয় তাকেই দেখুৱাইছে। শিক্ষকে ইয়াৰ বাবে পাঠ্যক্ৰমৰ এটা বৃহৎ পৰিসৰ জড়িত কৰি গল্প বা সাধু গীত-মাত, অভিনয়, নাটক আদিৰ প্ৰয়োগ কৰিছে।আপুনি "গল্প কথন গীত, অভিনয় আৰু নাটক" এই মূল সমলটো পঢ়ি চাবলৈ বিচাৰিব পাৰে।এজন শিক্ষকে মত বিনিময় পিৰিয়দ এটাত ছাত্ৰ-ছাত্ৰীৰ পৰিচিত গল্প/সাধু এটা ব্যৱহাৰ কৰে যাতে ছাত্ৰ-ছাত্ৰীয়ে নতুন নতুন ইংৰাজী শব্দ শিকিব পাৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ইংৰাজীখন পঢ়ি চাবলৈ বিচাৰিব পাৰেএজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক কিছুমান prop ব্যৱহাৰ কৰি এটা পৰিচিত সাধু/গল্প পুনৰবাৰ কয়।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ইংৰাজী আৰু সাক্ষৰতা পঢ়িবলৈ বিচাৰিব পাৰে।এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক সংখ্যাৰ ক্ৰিয়া-কলাপত ব্যস্ত ৰাখিবৰ বাবে কেনেকৈ গল্পৰ ব্যৱহাৰ কৰিব তাক অনুসন্ধান কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক গণিতখন পঢ়িবলৈ বিচাৰিব পাৰে।এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান সন্মত চিন্তাধাৰাৰ দিশত ব্যস্ত হবলৈ সুপৰিকল্পিতভাবে গল্প /সাধুকথা ব্যৱহাৰ কৰে।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-India ৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক বিজ্ঞানখন পঢ়িব পাৰে।এজন শিক্ষকে পাঠটো পঢ়োৱাৰ আগতে ছাত্ৰ-ছাত্ৰীক গল্প কথনৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা আৰু অনুশীলন কৰি লোৱাৰ লাভা লাভ সম্পৰ্কে প্ৰদৰ্শন কৰি দেখুৱায়।ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ইংৰাজীখন পঢ়িব পাৰে।এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনৰ লগত সম্বন্ধ ৰাখি কেনেকৈ গণিত শিকিব পাৰি সেই সম্পৰ্কে অভিনয় কৰি দেখুৱাবলৈ কয়। ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-India ৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল মাধ্যমিক গণিতখন পঢ়িব পাৰে।বিদ্যালয়ৰ নেতৃত্বআৰম্ভণি:-তলৰ 'ন' টা ভিডিঅ'ই ভাৰতবৰ্ষৰ বিদ্যালয় সমূহৰ নেতৃত্ব সম্পৰ্কে আলোকপাত কৰিছে। ভাৰতীয় বিদ্যালয়ৰ পৰিচালক সকলে তেওঁলোকৰ প্ৰাথমিক বা মাধ্যমিক বিদ্যালয়ত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বাবে তেওঁলোকে কেনেকৈ পৰিবৰ্তন বোৰ প্ৰয়োগ কৰিছে সেইবিষয়ে কোৱা দেখুৱাইছে। আপোনাৰ নিজৰ বিদ্যালয়ত এনে ধৰণৰ অনুশীলনৰ বাবে অনুসন্ধান কৰিবলৈ আপোনাক উত্সাহিত কৰিব পৰাটোৱে হৈছে এই ভিডিঅ'ৰ লক্ষ্য।ন [9] টা বিষয়বস্তু অনুসৰি ভিডিঅবোৰ সজোৱা হৈছে-বিদ্যালয় আৰু সমাজৰ সহযোগিতা স্থাপনআপোনাৰ বিদ্যালয়খনৰ বিষয়ে জানকছাত্ৰ-ছাত্ৰীৰ পটভূমি বুজাপঠন আৰু লিখনঅভিভাৱকক জড়িতকৰণঅন্তৰ্ভুক্তিশিকন পৰিৱেশপ্ৰমুখ শিক্ষকপ্ৰমুখ শিক্ষণ আৰু শিকনএই ভিডিঅ'বোৰ TESS-India ৰ বিদ্যালয়ৰ নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ বিষয়বস্তুৰ লগত সংযোগ কৰা হৈছে।School leadership video Resources notes ত বিদ্যালয়ৰ নেতৃস্থানীয় লোকসকলে কৰা আলোচনা আৰু কাৰ্যৰ লগত বিভিন্ন ধাৰণাবোৰ সংযোগ সাধন সম্পৰ্কে বহল ভাৱে পাব। অভিভাৱকক জড়িত কৰাএখন বিদ্যালয়ৰ নেতাই তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত অভিভাৱকক জড়িত কৰা কাৰ্য এক প্ৰত্যাহ্বান হিচাবে লোৱা সম্পৰ্কে কৈছে। তেখেতে বুজাই দিয়ে যে এবাৰ যদি এটা সংলাপ সকলোৰে মাজত প্ৰতিষ্ঠিত হৈ যায়, তেনেহলে ছাত্ৰ-ছাত্ৰীৰ শিকনত বিপৰীতমুখী প্ৰভাৱ পেলাব পৰা এটা কাৰক সমাধান কৰাত সহজ হৈ পৰে।অভিভাৱকসকলক বিদ্যালয়ৰ লগত জড়িত কৰা কাৰ্য ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায়ক হোৱা এটা মূল উপাদান। কেনেকৈ আপুনি আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃক আপোনাৰ বিদ্যালয়লৈ আহিবলৈ উৎসাহিত কৰিব? এনে কি উপায়েৰে আপুনি অভিভাৱকক তেওঁলোকৰ শিকনত সহায় কৰাৰ বাবে উৎসাহিত কৰিব পাৰিব?ডাউনলোড: transcript/videoএই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।আপুনি TESS-Indiaৰ বিদ্যালয়ৰ নেতৃত্বৰ লগত জড়িত মুক্ত শৈক্ষিক সমল পঢ়িবলৈ বিচাৰিব পাৰে।বিদ্যালয়ৰ নেতৃত্বৰ লগত থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল:অভিভাৱক আৰু বিদ্যালয়ৰ বৃহৎ সম্প্ৰদায়ক সাঙুৰি অংশীদাৰী আগবঢ়াই নিয়ক
Discussion
2015102700