-
Key Resources
Already Registered?
Ratings
0 out of 5 stars
You can start learning at any time. By signing up and enrolling you can track your progress and earn a Statement of Participation upon completion, all for free.
View this materialSign up to get more
TESS-India ৰ মুক্ত শৈক্ষিক সমলত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে 105 টা গোট (শিক্ষকৰ বিকাশ সম্পৰ্কীয় মুক্ত শৈক্ষিকসমল), আৰু বিদ্যালয়ৰ নেতৃত্বৰ বাবে 20 টা গোট (শিক্ষকৰ নেতৃত্বৰ, মুক্ত শৈক্ষিকসমল) অন্তৰ্ভুক্ত কৰা হৈছে। একাধিক অনুমোদিত সংস্কৰণত ভাষা সম্বন্ধীয় আৰু সাংস্কৃতিক দিশত পৰ্যাপ্ত পৰিমাণে মুক্ত শৈক্ষিক সমলবোৰ পাব পাৰিব। ইয়াত আপুনি অসমীয়া ভাষাৰ অনুমোদিত সংস্কৰণটো পাব।
TESS-India ৰ মুক্ত শৈক্ষিকসমলত অংশগ্ৰহণ শিক্ষাদান শৈলীৰমূল অনুশীলনৰ বাবে 10 টা মূল সমল বিস্তৃতভাৱে আছে। এইবোৰত ছাত্ৰ-ছাত্ৰীৰ সাংগাঠনিক উপায়, শিকন ক্ৰিয়া-কলাপ আৰু শিক্ষক-ছাত্ৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত পাৰস্পৰিক মত বিনিময়বোৰ অন্তৰ্ভূক্ত হৈ আছে।
মুক্ত শৈক্ষিক সমলবোৰক আৰু মুল সমলৰ ক্ষেত্ৰবোৰৰ লগত ভিডিঅ’ সমলবোৰ খাজে খাজে মিলাই দিয়া হৈছে।
This material is part of a collection of materials called TESS-India (Teacher Education through School-based Support). There are 9 materials in this collection so you may find other materials here that maybe of interest to you.
The key practices in the participatory pedagogy of the TESS-India OER are detailed in ten Key Resources. These include ways of organising students, learning activities, and teacher-student and student-student interactions.
The video resources complement the OER and match the areas of the key resources. They show teachers and students using participatory practices in a range of Indian classrooms.
Course dates:
First Published 15/11/2017.
Updated 03/09/2019
If this is your first visit to this site, you need to register for a free account, then login on this site and click on the Enrol button for this material.
TESS India ৰ বিদ্যালয় নেতৃত্বৰ মুক্ত শৈক্ষিক সমলবোৰ এনেধৰণে পৰিকল্পনা কৰা হৈছে যাতে ই বিদ্যালয়ৰ নেতাসকলক তেওঁলোকৰ বিদ্যালয়ত শিক্ষণ-শিকন প্ৰক্ৰিয়াত উন্নতি কৰিবলৈ তেওঁলোকৰ বোধ আৰু কৌশলৰ বিকাশ সাধনত সহায় কৰে। মুক্ত শৈক্ষিক সমল সমূহ ব্যৱহাৰিক আৰু ইয়াত ক্ৰিয়া-কলাপ আৰু প্ৰতিফলনবোৰ বিদ্যালয়ৰ সহকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু আন ব্যক্তিসকলৰ সহযোগত কৰা উচিত। এইবোৰ ফলপ্ৰসূ বিদ্যালয়ৰ ওপৰত কৰা অধ্যয়ন আৰু গৱেষণাৰ ওপৰত আধাৰিত।মুক্ত শৈক্ষিক সমল পঢ়িবলৈ কোনো ধৰণৰ নিৰ্দ্দিষ্ট বিধান নাই, কিন্তু প্ৰাথমিক বিদ্যালয়ৰ নেতা এজনে দায়িত্বপূৰ্ণ দক্ষ ব্যক্তি হিচাপে বা মাধ্যমিক বিদ্যালয়ৰ নেতা এজনে দায়িত্বপূৰ্ণ দক্ষ ব্যক্তি হিচাপে (এইটো নিৰ্ভৰ কৰিব আপুনি কোনটো স্তৰৰ বিদ্যালয়ৰ নেতা) এইটো আৰম্ভ কৰাৰ বাবে উপযুক্ত ঠাই যিহেতু তেওঁলোকে সমগ্ৰ গোটটোৰ পৰা এটা উপযুক্ত পৰিবেশ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।
প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষণ আৰু শিকনৰ উন্নতিত মূক্তশৈক্ষিক সমলবোৰে আপোনাক বাট দেখুৱাই দিব আৰু কেনেকৈ বিদ্যালয়ত শিক্ষকে অধিক শিশুকেন্দ্ৰীক আৰু দলীয় অংশ গ্ৰহণৰ অনুশীলন কৰিবলৈ মূক্তশৈক্ষিক সমলবোৰ ব্যৱহাৰ কৰিব সেই সম্পৰ্কে জানিবলৈ সমৰ্থ হ'ব
বিদ্যালয়ৰ নেতৃত্বৰ মুক্ত শৈক্ষিক সমলসমূহ কেইবাটাও গোটত ভাগ কৰা হৈছে
এইবোৰ বিদ্যালয়ৰ নেতাসকলে স্ব-শিকন বা নেতৃত্ব প্ৰদান কাৰ্যক্ৰম বোৰত ব্যৱহাৰ কৰিব পাৰিব। আন এক পটভূমিত, এখন ব্যক্তিগত দিনলিপি লগত ৰাখিলে লাভবান হ'ব আৰু শিকন অভিজ্ঞতাসমূহৰ লগতে ক্ৰিয়া-কলাপ আৰু বিষয় অধ্যয়ন সমূহ আন ব্যক্তিৰ লগত আলোচনা কৰিব পাৰিব।
এইগোটটোত ব্যৱহৃত 'বিদ্যালয়ৰ নেতা' এই নামটো প্ৰধান শিক্ষক, অধ্যক্ষ বা সহ শিক্ষক বা যিকোনো নেতৃত্ব দিয়া ব্যক্তি বা বিদ্যালয়ৰ দায়িত্ব লোৱা ব্যক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে (উদাহৰণস্বৰূপে – এবছৰৰ বাবে এটা দল বা বিষয়)।
ভাৰতীয় বিদ্যালয় সমূহত বিদ্যালয়ৰ নেতৃত্বৰ ওপৰত থকা 9 টা ভিডিঅ' আছে।
If this is your first visit to this site, you need to register for a free account, then login on this site and click on the Enrol button for this material.
Material Reviews
0 Ratings
0 review for this material
This material is rated 0
Rate this material
We invite you to discuss this subject, but remember this is a public forum.
Please be polite, and avoid your passions turning into contempt for others. We may delete posts that are rude or aggressive; or edit posts containing contact details or links to other websites.
If this is your first visit to this site, you need to register for a free account, then login on this site and click on the Enrol button for this material.
This material is made available under CC BY-NC-SA 4.0: TESS-India
Any third-party materials featured in this material are used with permission and are not ours to give away. These materials are not subject to the Creative Commons licence. See the terms and conditions and our FAQs. Please see the material acknowledgements for further information about copyright details.
For further information, take a look at our frequently asked questions which may give you the support you need.
If you have any concerns about anything on this site please get in contact with us here.
Ratings
0 out of 5 stars
You can start learning at any time. By signing up and enrolling you can track your progress and earn a Statement of Participation upon completion, all for free.
View this materialSign up to get more
Download this material for use offline or for other devices.
The materials below are provided for offline use for your convenience and are not tracked. If you wish to save your progress, please go through the online version.