TESS-India Video Resources
Introduction
Welcome to the TESS-India Video Resources. These videos are freely available as Open Educational Resources (OER) and published under a Creative Commons Attribution-ShareAlike license. They are intended to complement the TESS-India text-based OER for teachers [Tip: hold Ctrl and click a link to open it in a new tab. (Hide tip)] and school leaders. However, they may also be viewed independently of these materials.
TESS-India ৰ ভিডিঅ’ সমললৈ স্বাগতম। এই ভিডিঅ’ সমলবোৰ মুক্ত শৈক্ষিক সমলৰ দৰে সকলোতে বিনামূল্যে প্ৰাপ্ত।এইবোৰ Creative Commons Attribution share Alike Licence ৰ দ্বাৰা প্ৰকাশিত।এইবোৰে শিক্ষক আৰু বিদ্যালয়ৰ নেতাসকলক এই TESS-India ৰ পাঠ্যপুথি ভিত্তিক মুক্ত শৈক্ষিক সমলসমূহ ইচ্ছাকৃতভাৱে পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে।
TESS-India ৰ এই ভিডিঅ'বোৰৰ ভাৰতবৰ্ষৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত কৰা হৈছে। সেইবোৰত শিক্ষকে শিশুকেন্দ্ৰীক, সহযোগী শিকন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদৰ্শন কৰা দেখুওৱা হৈছে। এই ভিডিঅ'বোৰত আদৰ্শ অনুশীলনৰ প্ৰদৰ্শন কৰা দেখুওৱা নাই। এই ভিডিঅ'ৰ মূল লক্ষ্য হল- আপোনাক এনে ধৰণৰ পদ্ধতি আৰু কৌশল প্ৰয়োগ কৰি শ্ৰেণীকোঠাত পৰীক্ষা নিৰীক্ষণৰ বাবে আপোনাক অনুপ্ৰাণিত কৰা।
এই ভিডিঅ'বোৰ 10 টা মূল সমলৰ বিষয় অনুসৰি সজোৱা হৈছে আৰু এইবোৰে TESS-Indiaৰ শিক্ষণ শৈলীৰ অনুশীলনত সহায় কৰে।
- পাঠ পৰিকল্পনা
- সকলোকে জড়িত কৰা
- শিকনৰ বাবে কোৱা
- যুৰীয়া কাৰ্যৰ ব্যৱহাৰ
- চিন্তাৰ উন্নতি সাধনৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ
- নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান
- দলীয় কাৰ্যৰ ব্যৱহাৰ
- অগ্ৰগতি আৰু কাৰ্য সাধনৰ মান নিৰূপণ
- স্থানীয় সমলৰ প্ৰয়োগ
- গল্পকথন/সাধুকথন, গীত, অভিনয় আৰু নাটক।
PDF সাৰাংশত এই ভিডিঅ'ৰ সম্পূৰ্ণ তালিকাখন পোৱা যাব।
ভিডিঅ'ৰ আন এটা অতিৰিক্ত ভাগে TESS-India ৰ বিদ্যালয় নেতৃত্বৰ মুক্ত শৈক্ষিক সমলৰ ঘাটি অংশ পূৰাব।