বিদ্যালয় আৰু সমাজৰ অংশীদাৰী স্থাপন
এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি উন্নত কৰিবলৈ প্ৰয়োগ কৰা এটা পৰিবৰ্তনৰ বিষয়ে কৈছে। তেওঁ কেনেকৈ এই সমস্যাটো চিনাক্ত কৰিলে আৰু অভিভাৱকৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিবলৈ কি উপায় অৱলম্বন কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছে।
বিদ্যালয়ৰ এই নেতৃত্ব স্থানীয়লোক সকলে বিদ্যালয়ৰ নামভৰ্ত্তিকৰণত পৰিবৰ্ত্তন আনিব পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পৰা মূল ব্যক্তিৰ এখন তালিকা প্ৰস্তুত কৰিছিল। কেনেধৰণৰ ব্যক্তি আপোনাৰ ওচৰত থকাটো আপুনি বিচাৰে যিয়ে বিদ্যালয়ৰ উন্নতিত সহায় কৰিব? আপুনি তেখেতসকলক বিদ্যালয়ৰ সমস্যা সমাধানত আৰু কোনো সিদ্ধান্ত লোৱাত সন্নিবিষ্ট কৰাৰ কথা ভাৱেনে?
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-India ৰ বিদ্যালয়ৰ নেতৃত্বৰ বিষয়ে থকা মুক্ত শৈক্ষিক সমলখন পঢ়ি চাব পাৰে।
বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা মুক্ত শৈক্ষিক সমল :
বিদ্যালয়ৰ নেতৃত্ব
