চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ
শিক্ষকৰ বাবে ভাল প্ৰশ্ন কৰিব পৰাটো এটা মূল কৌশল। ভাল প্ৰশ্নই ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ বিকাশ ঘটাই। প্ৰশ্নই শিক্ষক সকলকো ছাত্ৰ-ছাত্ৰীয়ে কি জানে সেই বিষয়ে জানিব পাৰে। এই ভিডিঅ'ৰ জড়িয়তে শিক্ষকে বিভিন্ন প্ৰকাৰৰ প্ৰশ্নৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ পৰিসৰ বহলাই দিয়াৰ লগতে তেওঁলোকৰ উত্তৰসমূহো মনোযোগেৰে শুনাৰ দৃশ্য দেখুওৱা হৈছে।
আপুনি মূল সমলৰ 'চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।
এজন শিক্ষকে শ্ৰেণীকোঠাত কেনেকৈ তেওঁৰ আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নসোধা আৰু উত্তৰ দিয়া কৌশলৰ বিকাশ সাধন কৰিছে সেই বিষয় কৈছে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক বিজ্ঞানখন পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।
এজন শিক্ষকে তেওঁৰ জ্যামিতিৰ শ্ৰেণীত এলানি প্ৰশ্ন কৰাৰ কৌশল ব্যৱহাৰ কৰিছে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক গণিত পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।
যুৰীয়া কাৰ্যৰ ব্যৱহাৰ
