নেতৃস্থানীয় শিক্ষক
এগৰাকী বিদ্যালয়ৰ মুৰব্বীয়ে প্ৰমুখ শিক্ষকৰ বিষয়ে কি কয় শুনক আৰু তেওঁ কত গুৰুত্ব দিছে সেইটো লক্ষ্য কৰক ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতাক তেওঁ কেনেকৈ অগ্ৰাধিকাৰ দিছে তাকো লক্ষ্য কৰক।
যেতিয়া এগৰাকী বিদ্যালয়ৰ নেতাই তেওঁৰ শিক্ষকক নেতৃত্ব দিয়াৰ বিষয়ে কয় তাত তেওঁ শিক্ষক সকলক কেনেকৈ সংগঠিত কৰে সেইটোতহে মূখ্যৰূপে আলোকপাত কৰে। লগতে তেওঁ বিদ্যালয়ত কেনেকৈ সহযোগিতামূলকৰ শিকনৰ প্ৰতি আগ্ৰহ জন্মায় আৰু কেনেকৈ তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ লগত আঁকিবলৈ সময় উলিয়াই লয় সেই বিষয়েও কয়। আপোনাৰ শিক্ষকসকলক আগুৱাই নিয়াত আপোনাৰ অগ্ৰাধিকাৰ আৰু অতিব্যস্ততাৰ লগত তেওঁৰ পদ্ধতিসমূহ কিমানদূৰ মুক্ত হৈ আছে?
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-India ৰ বিদ্যালয়ৰ নেতৃত্বৰ লগত জড়িত মূল শৈক্ষিক সমল পঢ়িও চাব পাৰে।
বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-Indiaৰ মুক্ত শৈক্ষিক সমল
- প্ৰশিক্ষণ: প্ৰাথমিক বিদ্যালয়ৰ দক্ষ শিক্ষক হিচাপে
- প্ৰশিক্ষণ: মাধ্যমিক বিদ্যালয়ৰ দক্ষ শিক্ষক হিচাপে
- শিক্ষণ-শিকন প্ৰণালীৰ ৰূপান্তৰ: বিদ্যালয়ৰ পাৰদৰ্শিতা বঢ়াবলৈ শিক্ষকক সহায় কৰা।
- শিক্ষণ-শিকন প্ৰণালী ৰূপান্তৰ: বৃত্তিধাৰী বিকাশৰ বাবে শিক্ষকক আগবঢ়াই নিয়ক।
- শিক্ষণ-শিকন প্ৰণালী ৰূপান্তৰ: পথ প্ৰদৰ্শক আৰু প্ৰশিক্ষণ দিয়া
শিকন পৰিৱেশ