চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ
শিক্ষকৰ বাবে ভাল প্ৰশ্ন কৰিব পৰাটো এটা মূল কৌশল। ভাল প্ৰশ্নই ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ বিকাশ ঘটাই। প্ৰশ্নই শিক্ষক সকলকো ছাত্ৰ-ছাত্ৰীয়ে কি জানে সেই বিষয়ে জানিব পাৰে। এই ভিডিঅ'ৰ জড়িয়তে শিক্ষকে বিভিন্ন প্ৰকাৰৰ প্ৰশ্নৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ পৰিসৰ বহলাই দিয়াৰ লগতে তেওঁলোকৰ উত্তৰসমূহো মনোযোগেৰে শুনাৰ দৃশ্য দেখুওৱা হৈছে।
আপুনি মূল সমলৰ 'চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে। [Tip: hold Ctrl and click a link to open it in a new tab. (Hide tip)]
এজন শিক্ষকে শ্ৰেণীকোঠাত কেনেকৈ তেওঁৰ আৰু তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নসোধা আৰু উত্তৰ দিয়া কৌশলৰ বিকাশ সাধন কৰিছে সেই বিষয় কৈছে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক বিজ্ঞানখন পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।
এজন শিক্ষকে তেওঁৰ জ্যামিতিৰ শ্ৰেণীত এলানি প্ৰশ্ন কৰাৰ কৌশল ব্যৱহাৰ কৰিছে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমলৰ মাধ্যমিক গণিত পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।
যুৰীয়া কাৰ্যৰ ব্যৱহাৰ