ছাত্ৰ-ছাত্ৰীৰ পটভূমি বুজি পোৱা
এখন গ্ৰাম্য বিদ্যালয়ত বিদ্যালয়ৰ এগৰাকী নেত্ৰী স্থানীয় লোকে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পটভুমি বুজি পোৱা আৰু শিক্ষণ-শিকনত ইয়াৰ প্ৰভাৱ চিনাক্ত কৰাতে গুৰুত্ব আৰোপ কৰাৰ বিষয়ে কৈছে। যদিও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ফচল চপোৱাৰ সময়ত মা-দেউতাকক সহায় কৰাৰ দাবীটো পৰিৱৰ্ত্তন কৰিব নোৱাৰে, তথাপি তেওঁ তেওঁলোকক আৰু মাক দেউতাকৰ তেওঁলোকৰ শিকনত যাতে এইবোৰৰ প্ৰভাৱ কম পৰে তাক কৰিবলৈ কৈছে। এইদৰে, বিদ্যালয়ৰ উপস্থিতি উন্নত কৰিবলৈ তেওঁ চেষ্টা কৰে।
ছাত্ৰ-ছাত্ৰীৰ শিকনত কি কি উপাদানে প্ৰভাৱ পেলায় সেইবোৰৰ বিষয়ে আপুনি কিমান জানে? ছাত্ৰ-ছাত্ৰীৰ কেনে সমস্যা আছে সেই বিষয়ে আপোনাৰ হাতত যথেষ্ট তথ্য থকাৰ পাছতো আপুনি সেইবোৰ সমাধানৰ বাবে কেনেদৰে চেষ্টা কৰে?
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ বিদ্যালয়ৰ নেতৃত্বৰ লগত জড়িত মূল শৈক্ষিক সমলবোৰ পঢ়ি চাব পাৰে।
TESS-Indiaৰ বিদ্যালয়ৰ নেতৃত্বৰ লগত জড়িত মুক্ত শৈক্ষিকসমল
- বিদ্যালয়ৰ নেতৃত্বত দূৰদৃষ্টি: বিভিন্ন দিশত তথ্য প্ৰয়োগ কৰি আপোনাৰ বিদ্যালয়ৰ উন্নতি সাধন কৰক
- শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ ৰূপান্তৰ: আপোনাৰ বিদ্যালয়ত (Inclusion) অন্তৰ্ভুক্তিৰ বাবে প্ৰচাৰ কৰক
- প্ৰমুখ অংশীদাৰী : অভিভাৱক আৰু বৃহৎ বিদ্যালয় সমূহদায়ক নিযুক্ত কৰক।
TESS-India ৰ মূল সমলৰ লগত সম্বন্ধ থকা :
আপোনাৰ বিদ্যালয়খন বুজিপোৱা
