পঠন আৰু লিখন
এখন বিদ্যালয়ৰ নেতাই তেওঁৰ বিদ্যালয়ৰ পঠন আৰু লিখনৰ পাঠ প্ৰদানত বিসঙ্গতি থকা এটা সমস্যাৰ বিষয় গোটেই বিদ্যালয়কে সেই সমস্যা সমাধান কৰাত কেনেকৈ আগভাগ ল'বলৈ কৈছিল সেই বিষয়ে বৰ্ণনা কৰিছে। শিক্ষক সকলক বিষয়ৰ লগত সামঞ্জস্য থকা সমস্যা চিনাক্ত কৰিবলৈ দি তেওঁ তাৰ পিছত সহযোগিতাৰে কাম হাতত লৈছিল।
আপুনি দুৰ্বল বুলি সন্দেহ কৰা শিকনৰ কোনো ক্ষেত্ৰ আপোনাৰ বিদ্যালয়ত আছেনে কি? আপুনি কেনেকৈ সেইবোৰ অনুসন্ধান কৰিব আৰু কোন ব্যক্তিক আপুনি আপোনাক সহায় কৰাৰ বাবে তালিকাভূক্ত কৰাব পাৰে?
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ বিদ্যালয়ৰ নেতৃত্বৰ লগত জড়িত মুক্ত শৈক্ষিক সমল পঢ়ি চাবলৈ ইচ্ছা কৰিব পাৰে
বিদ্যালয়ৰ নেতৃত্বৰ লগত সম্বন্ধ থকা TESS-India ৰ মুক্ত শৈক্ষিক সমল:
- প্ৰশিক্ষণ :প্ৰাথমিক বিদ্যালয়ৰ নেতৃত্ব লোৱা জনক সমৰ্থন কৰি তোলক
- প্ৰশিক্ষণ :মাধ্যমিক বিদ্যালয়ৰ দক্ষতাপূৰ্ণ নেতা হিচাপে
- শিক্ষণ-শিকন প্ৰণালীৰ ৰূপান্তৰ :প্ৰাথমিক বিদ্যালয়ত শিক্ষণ আৰু শিকনৰ উন্নতিক আগবঢ়াই নিয়ক
- শিক্ষণ-শিকন প্ৰণালীৰ ৰূপান্তৰ: মাধ্যমিক বিদ্যালয়ত শিক্ষণ আৰু শিকনৰ উন্নতিক আগবঢ়াই নিয়ক
TESS-Indiaৰ মূলসমলৰ লগত সম্বন্ধ থকা:
শিক্ষক বিকাশৰ লগত সম্বন্ধ থকা TESS-India ৰ মুক্ত শৈক্ষিক সমল:
ছাত্ৰ-ছাত্ৰীৰ পটভূমি বুজি পোৱা
