পাঠ পৰিকল্পনা

ছাত্ৰ-ছাত্ৰীয়ে ফলপ্ৰসূভাৱে শিকিবলৈ, শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ইতিমধ্যে কিমানখিনি জানিছে তাৰ ওপৰত ভিত্তি কৰি ক্ৰিয়া কলাপৰ পৰিকল্পনা কৰা প্ৰয়োজন। তলৰ ভিডিঅ'ৰ ছবিত ক্লিক্ কৰক- দেখিব ছাত্ৰ-ছাত্ৰীৰ শিকনক আগুৱাই নিওতে শিক্ষকসকলে পাঠ পৰিকল্পনাত কাৰ্য গ্ৰহণ কৰাৰ সম্পৰ্কে কেনেকৈ সিদ্ধান্ত লৈছিল বাখ্যা কৰিছে।

মূলসমলৰ "পাঠ পৰিকল্পনা" সম্পৰ্কে আপুনি পঢ়িবও পাৰে। [Tip: hold Ctrl and click a link to open it in a new tab. (Hide tip)]

গল্পকথন/সাধুকোৱা পিৰিয়ডৰ আগতে এজন শিক্ষকে প্ৰশ্ন, ছবি আঁকি প্ৰস্তুত কৰি ল'ব লাগে যাতে সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলে কাহিনীটো বুজি পোৱাত সহায় হয়।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকৰ পাঠ পৰিকল্পনাত সৃষ্টিমূলক সমল সন্নিবিষ্ট কৰি ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী শব্দ আৰু বৰ্ণ-প্ৰয়োগৰ অনুশীলন কৰিবলৈ সহায় কৰিছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন, শিক্ষকে ছাত্ৰ-ছাত্ৰীক পদাৰ্থৰ বিভিন্ন অৱস্থা সম্পৰ্কে দেখুৱাবলৈ কেনেকৈ এটা প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছিল ব্যাখ্যা কৰিছে।

Interactive feature not available in single page view (see it in standard view).

সকলোকে জড়িতকৰণ