নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান
কেনেকৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকন পৰ্যৱেক্ষণ কৰে আৰু নিৰ্দেশনা দিয়ে সেই সম্পৰ্কে এই ভিডিঅ'ই ব্যাখ্যা কৰিছে।
আপুনি মূল সমলৰ "নিৰীক্ষণ আৰু প্ৰতি পুষ্টি প্ৰদান" পঢ়ি চাবলৈও ইচ্ছা কৰিব পাৰে।
এজন শিক্ষকে এটা বহুশ্ৰেণী আৰু বহুভাষীক প্ৰসঙ্গঁত ফলপ্ৰসূ প্ৰতিপুষ্টিৰ কৌশলসমূহৰ ব্যৱহাৰ প্ৰদৰ্শন কৰি দেখুৱাইছে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল সমূহৰ প্ৰাথমিক ভাষা আৰু স্বাক্ষৰতা পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ পুনৰীক্ষণ কৰিবলৈ অভিভাৱক সকলক এখন প্ৰাথমিক বিদ্যালয়লৈ আমন্ত্ৰণ কৰি অনা হৈছে এই সুযোগতে শিক্ষকসকলে অভিভাৱক সকলৰ লগত তেওঁলোকে ঘৰত শিশুসকলৰ পঢ়া-শুনা কেনেকৈ নিৰীক্ষণ কৰিব সেই বিষয়ে কথা পাতিব পাৰে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ইংৰাজীখন পঢ়িবলৈও ইচ্ছা কৰিব পাৰে।
এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায় কৰিবলৈ গোটেই সমগ্ৰ পাঠটোৰ মাজে মাজে নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান কৌশল ব্যৱহাৰ কৰিছে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-Indiaৰ শিক্ষক বিকাশৰ মুক্ত শৈক্ষিক সমল প্ৰাথমিক ভাষা আৰু সাক্ষৰতা পঢ়িবলৈ ইচ্ছা কৰিবও পাৰে।
এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে সৰু দলত কাম কৰি থকা সময়ত মনোযোগেৰে শুনিছে আৰু তাৰ পিছত তেওঁলোকৰ শিকনত সহায় হোৱাকৈ প্ৰতিপুষ্টি প্ৰদান কৰিছে।
- ডাউনলোড: transcript/video
- এই ভিডিঅ'ৰ দ্বাৰা আমি আপোনালোকৰ ভাব, চিন্তাধাৰা সমূহক স্বাগতম জনাইছো। অনুগ্ৰহ কৰি you tube ত সকলোৱে সেইবোৰ আলোচনা কৰক।
- আপুনি TESS-India ৰ শিক্ষকৰ বিকাশৰ মুক্ত শৈক্ষিক সমল মাধ্যমিক গণিতখন অধ্যয়ন কৰিবলৈ ইচ্ছা কৰিবও পাৰে।
চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ