দলীয় কাৰ্যৰ ব্যৱহাৰ

দলীয় কাৰ্যই ছাত্ৰ-ছাত্ৰীক ইজনে সিজনৰ লগত ভাব বিনিময় কৰিলে আৰু বুজা পৰাৰ বিকাশ হোৱাৰ সুযোগ দিয়ে। দলীয় কাৰ্য কৰি থকা সময়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীক পৰ্যৱেক্ষণ আৰু নিৰীক্ষণ কৰিবলৈ সুযোগ পায়। এই ভিডিঅ'টোৱে ছাত্ৰ-ছাত্ৰীক বিভিন্ন দলীয় কামৰ বাবে সংগঠিত কৰাৰ কিছুমান উপায় প্ৰদৰ্শন কৰিছে।

আপুনি "দলীয় কাৰ্যৰ ব্যৱহাৰ" মূল সমলটো পঢ়িব পাৰে।

এজন শিক্ষকে বহুশ্ৰেণী আৰু বহুভাষী পৰিস্থিতিত এনে দলীয়কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে আলোচনা ভিত্তিক কাৰ্যৰ বাবে দলীয় কাৰ্য ব্যৱহাৰ কৰিছে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক চাৰিটা দলত ভাগ কৰিছে আৰু কাৰ্যটোৰ বিভিন্ন ভাগবোৰ কোনে কোনে কৰিব দলৰ সদস্য সকলে তাৰ সিদ্ধান্ত লৈছে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক দলভিত্তিক আলোচনাৰ বাবে প্ৰস্তুত কৰিছে।

Interactive feature not available in single page view (see it in standard view).

নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান

অগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণ