নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান

কেনেকৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকন পৰ্যৱেক্ষণ কৰে আৰু নিৰ্দেশনা দিয়ে সেই সম্পৰ্কে এই ভিডিঅ'ই ব্যাখ্যা কৰিছে।

আপুনি মূল সমলৰ "নিৰীক্ষণ আৰু প্ৰতি পুষ্টি প্ৰদান" পঢ়ি চাবলৈও ইচ্ছা কৰিব পাৰে। [Tip: hold Ctrl and click a link to open it in a new tab. (Hide tip)]

 

এজন শিক্ষকে এটা বহুশ্ৰেণী আৰু বহুভাষীক প্ৰসঙ্গঁত ফলপ্ৰসূ প্ৰতিপুষ্টিৰ কৌশলসমূহৰ ব্যৱহাৰ প্ৰদৰ্শন কৰি দেখুৱাইছে।

Interactive feature not available in single page view (see it in standard view).

 

ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ পুনৰীক্ষণ কৰিবলৈ অভিভাৱক সকলক এখন প্ৰাথমিক বিদ্যালয়লৈ আমন্ত্ৰণ কৰি অনা হৈছে এই সুযোগতে শিক্ষকসকলে অভিভাৱক সকলৰ লগত তেওঁলোকে ঘৰত শিশুসকলৰ পঢ়া-শুনা কেনেকৈ নিৰীক্ষণ কৰিব সেই বিষয়ে কথা পাতিব পাৰে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শিকনত সহায় কৰিবলৈ গোটেই সমগ্ৰ পাঠটোৰ মাজে মাজে নিৰীক্ষণ আৰু প্ৰতিপুষ্টি প্ৰদান কৌশল ব্যৱহাৰ কৰিছে।

Interactive feature not available in single page view (see it in standard view).

 

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে সৰু দলত কাম কৰি থকা সময়ত মনোযোগেৰে শুনিছে আৰু তাৰ পিছত তেওঁলোকৰ শিকনত সহায় হোৱাকৈ প্ৰতিপুষ্টি প্ৰদান কৰিছে।

Interactive feature not available in single page view (see it in standard view).

চিন্তাৰ বিকাশৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ

দলীয় কাৰ্যৰ ব্যৱহাৰ