গল্প কোৱা, গান গোৱা, একক অভিনয় আৰু নাটক কৰা

এলানি ভিডিঅ'ৰ জৰিয়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীক ইজনে সিজনৰ লগত কৰা সংযোগ সাধনৰ মাজেৰে কেনেকৈ চিন্তাৰ বিকাশ হয় তাকেই দেখুৱাইছে। শিক্ষকে ইয়াৰ বাবে পাঠ্যক্ৰমৰ এটা বৃহৎ পৰিসৰ জড়িত কৰি গল্প বা সাধু গীত-মাত, অভিনয়, নাটক আদিৰ প্ৰয়োগ কৰিছে।

আপুনি "গল্প কথন গীত, অভিনয় আৰু নাটক" এই মূল সমলটো পঢ়ি চাবলৈ বিচাৰিব পাৰে।

এজন শিক্ষকে মত বিনিময় পিৰিয়দ এটাত ছাত্ৰ-ছাত্ৰীৰ পৰিচিত গল্প/সাধু এটা ব্যৱহাৰ কৰে যাতে ছাত্ৰ-ছাত্ৰীয়ে নতুন নতুন ইংৰাজী শব্দ শিকিব পাৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক কিছুমান prop ব্যৱহাৰ কৰি এটা পৰিচিত সাধু/গল্প পুনৰবাৰ কয়।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক সংখ্যাৰ ক্ৰিয়া-কলাপত ব্যস্ত ৰাখিবৰ বাবে কেনেকৈ গল্পৰ ব্যৱহাৰ কৰিব তাক অনুসন্ধান কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান সন্মত চিন্তাধাৰাৰ দিশত ব্যস্ত হবলৈ সুপৰিকল্পিতভাবে গল্প /সাধুকথা ব্যৱহাৰ কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে পাঠটো পঢ়োৱাৰ আগতে ছাত্ৰ-ছাত্ৰীক গল্প কথনৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা আৰু অনুশীলন কৰি লোৱাৰ লাভা লাভ সম্পৰ্কে প্ৰদৰ্শন কৰি দেখুৱায়।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনৰ লগত সম্বন্ধ ৰাখি কেনেকৈ গণিত শিকিব পাৰি সেই সম্পৰ্কে অভিনয় কৰি দেখুৱাবলৈ কয়।

Interactive feature not available in single page view (see it in standard view).

স্থানীয় সমলৰ ব্যৱহাৰ

বিদ্যালয়ৰ নেতৃত্ব