অগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণ

ছাত্ৰ-ছাত্ৰীৰ আগ্ৰগতিৰ মান নিৰূপণে শিক্ষক সকলক প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন অনুসৰি শিকনৰ পৰিকল্পনা কৰিবলৈ সুবিধা দিয়ে। শিক্ষকে এই ভিডিঅ'ৰ জৰিয়তে শ্ৰেণীকোঠাত মান নিৰূপণৰ বাবে লোৱা বিভিন্ন উপায় সমূহ দেখুৱাইছে। আনকি সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী থকা শ্ৰেণীকোঠাৰো মান নিৰূপণ কৰা দেখুৱাইছে।

আপুনিৰ 'আগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণ' মূল সমলটো পঢ়ি চাবলৈ ইচ্ছা কৰিব পাৰে।

এটা বহুশ্ৰেণী আৰু বহুভাষী পৰিস্থিতিত এজন শিক্ষকে মান নিৰূপণৰ বিভিন্ন প্ৰ-পত্ৰ প্ৰয়োগ কৰে।

Interactive feature not available in single page view (see it in standard view).

ছাত্ৰ-ছাত্ৰীৰ আগ্ৰগতিৰ মান নিৰূপণ কৰিবলৈ এজন শিক্ষকে কেনেকৈ তেওঁ এটা পাঠ পৰিকল্পনা কৰি তাৰ মাজেৰে ভৱিষ্যতৰ পাঠ পৰিকল্পনাৰ আভাস দিয়ে তাকে দেখুৱাইছে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী থকা ডাঙৰ শ্ৰেণী এটাত বিভিন্ন ধৰণৰ অনানুষ্ঠানিক মান নিৰূপনৰ প্ৰচেষ্টা চলাই।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে এটা সৰল পদ্ধতিৰে তেওঁৰ ছাত্ৰ-ছাত্ৰীক মান নিৰূপণ কৰে আৰু তেওঁ মান নিৰূপণত পোৱা ফলাফলসমূহ পৰৱৰ্তী পাঠ পৰিকল্পনা শুধৰণি কৰিবলৈ প্ৰয়োগ কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ পূৰ্ব শিকনৰ ওপৰত থকা জ্ঞানৰ ওপৰত ভিত্তি কৰি দল গঠন কৰে।

Interactive feature not available in single page view (see it in standard view).

দলীয় কাৰ্যৰ ব্যৱহাৰ

স্থানীয় সমলৰ ব্যৱহাৰ