স্থানীয় সমলৰ ব্যৱহাৰ

এই ভিডিঅ'ৰ জৰিয়তে কিছুমান শিক্ষকে সৃজনাত্মকভাৱে বিভিন্ন বিষয়ৰ পাঠত ব্যৱহাৰ কৰা উদাহৰণ সমূহ দেখুওৱা হৈছে। স্থানীয় সমলৰ ব্যৱহাৰে ক্ৰিয়া-কলাপ সমূহক ছাত্ৰ-ছাত্ৰীৰ বাবে শিকনক অৰ্থপূৰ্ণ আৰু পৰিচিত কৰি তোলে। সমলে ছাত্ৰ-ছাত্ৰীক বাস্তৱৰ পৰা (যেনে-ফলৰ টুকুৰা আৰু বটলৰ ওপৰৰ বিপনী পওক) প্ৰতীক চিহ্নলৈ (যেনে-ভগ্নাংশ আৰু যোগ) এনে উপায়েৰে লৈ যায় বিষয়বস্তু বুজি পোৱাত তেওঁলোকৰ সহায় হয়। সৃষ্টিশীল ভাৱে সমল ব্যৱহাৰ কৰিলে শিকন ক্ৰিয়া-কলাপসমূহে ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে অভিৰোচিত কৰিব পাৰে।

আপুনি মূল সমলৰ 'স্থানীয় সমলৰ ব্যৱহাৰ' পঢ়ি চাবলৈ বিচাৰিব পাৰে।

এজন শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ বাহিৰলৈ লৈ গৈছে যাতে ক্ৰিয়া-কলাপত তেওঁলোক সক্ৰিয়ভাৱে ব্যস্ত হ'ব পাৰে আৰু লগতে অৰ্থপূৰ্ণও হয়।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠটো নিজ হাতে কৰি অভিজ্ঞতা লবলৈ দিয়ে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে প্ৰাকৃতিক সমলবোৰ সৃষ্টিশীল ভাৱে প্ৰয়োগ কৰে যাতে পাঠটো উন্নত কৰিব পাৰে

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে কাল্পনিকভাৱে সমল সমূহ ব্যৱহাৰ কৰে যাতে পাঠ্যপুথিৰ সহায়ক হয়।

Interactive feature not available in single page view (see it in standard view).

ছাত্ৰ-ছাত্ৰীৰ শিকন উন্নত কৰিবলৈ এজন শিক্ষকে বিদ্যালয়ৰ পৰিৱেশকে ব্যৱহাৰ কৰে।

Interactive feature not available in single page view (see it in standard view).

এজন শিক্ষকে তেওঁৰ পাঠত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰাত উসাহিত কৰিবলৈ স্থানীয় আৰু হাতেৰে তৈয়াৰী সমল প্ৰয়োগ কৰে।

Interactive feature not available in single page view (see it in standard view).

অগ্ৰগতি আৰু পাৰদৰ্শিতাৰ মান নিৰূপণ

গল্প কোৱা, গান গোৱা, একক অভিনয় আৰু নাটক কৰা